Song Title : Vobai Nasilu
Singer : Zubeen Garg & Deeplina Deka
Singer : Zubeen Garg & Deeplina Deka
About
: "Bhobai Nasilu" is a really beautiful, heart touching and brand new Assamese Song from Zubeen Garg
& Deeplina Deka . The
premiere of this song was published on the last week of June , the
whole song is released now . This is really a amazing song of 2020 .
Bhobai Nasilu Song Full Lyrics💘
Vobai Nasilu Mur
dore
Tumar bukur xapun
buru je ~ xare thake ....
Jonai nasilu mur
dore
tumar hiyat preetir
dhou bure u ~ kheli thake ....
Vobai Nasilu Mur
dore
Tumar Sokur piyah
tupi u ~ hoi mure ...
Jonai nasilu mur
babe
Tumak neemat junak
bure u ~ khedi fure ...
Likhi Likhi Thua
Olekh kabita r
xobda tumar ~
abegore ...
Bhobai nasilu mur
babe
Tumar bukur hapun
buru je ~ xare thake ....
Tumi sule xun
Maya jaagi uthe ,
Tumi prajapoti ~
rode jane ...
Aaa...
Tumi saale sun
Jun tora bure
Puhor xamore aukhite
...
Xekh Ukhahe u
Lobo tumatei jironi
,
Tumi je mur
adha Likha Jiya
Kahini e...
Mur mon tumatei
xewali
Mur pran tumatei
ajori ee...
Mur mon tumate
Obhimani
Mur Pran tumatei
xaanti ...
Jonai nasilu mur
babe
tumar hiyat pretir
dhou bure u ~ kheli thake ....
Vobai Nasilu Mur
dore
tumar bukur xapun
buru je ~ xare thake ....
Assamese :-
ভবাই
নাছিলোঁ ~ মোৰ
দৰে
তোমাৰ
বুকুৰ
সপোনবোৰো
যে ~ সাৰে
থাকে
জনাই
নাছিলোঁ ~ মোৰ
বাবে
তোমাৰ
হিয়াত
প্ৰীতিৰ
ঢৌ বোৰেও ~ খেলি
থাকে
ভবাই
নাছিলোঁ ~ মোৰ
দৰে
তোমাৰ
চকুৰ ~ পিয়াঁহ
টুপিও
হয়
মোৰে
জনাই
নাছিলোঁ ~ মোৰ
বাবে
তোমাক
নিমাত ~ জোনাক
বোৰেও
খেদি
ফুৰে
লিখি
লিখি থোৱা
অলেখ
কবিতাৰ
শব্দ তোমাৰ আবেগৰে
ভবাই নাছিলোঁ ~ মোৰ বাবে
তোমাৰ বুকুৰ ~ সপোনবোৰো যে
সাৰে থাকে
তুমি চুলে সোণ
মায়া জাগি উঠে
তুমি প্ৰজাপতি ~ ৰ'দে জানে
আ....
তুমি চালে চোন
জোন তৰা বোৰে
পোহৰ সামৰে ~ আউসীতে
শেষ উশাহেও
লৱ তোমাতেই ~ জিৰণি
তুমি যে মোৰ
আধা লিখা ~ জীয়া কাহিনী
শব্দ তোমাৰ আবেগৰে
ভবাই নাছিলোঁ ~ মোৰ বাবে
তোমাৰ বুকুৰ ~ সপোনবোৰো যে
সাৰে থাকে
তুমি চুলে সোণ
মায়া জাগি উঠে
তুমি প্ৰজাপতি ~ ৰ'দে জানে
আ....
তুমি চালে চোন
জোন তৰা বোৰে
পোহৰ সামৰে ~ আউসীতে
শেষ উশাহেও
লৱ তোমাতেই ~ জিৰণি
তুমি যে মোৰ
আধা লিখা ~ জীয়া কাহিনী
মোৰ মন
তোমাতেই
~ শেৱালি
মোৰ
প্ৰাণ
তোমাতেই
~ আজৰি
মোৰ মন
তোমাতে
~ অভিমানী
মোৰ
প্ৰাণ
তোমাতেই
~ শান্তি
জনাই
নাছিলোঁ ~ মোৰ
বাবে
তোমাৰ
হিয়াত
প্ৰীতিৰ
ঢৌ বোৰেও ~ খেলি
থাকে
ভবাই
নাছিলোঁ ~ মোৰ
বাবে
তোমাৰ
বুকুৰ
সপোনবোৰো
যে ~ সাৰে
থাকে
0 Comments