Tik Tik Koi ( Misakoi Nokobi ) | Neel Akash | Assamese Song Lyrics



Singer : Dipanwita Deka & Neel Akash
Lyrics : Chinmoy Kaushik & Joy Nirvan
Music : Pranoy Dutta
Mixing : Diganta Bordoloi, Pranoy Dutta & Kostov Saikia

Tik Tik Koi Song Lyrics


টিক টিক কৈ ৰঙা দুগালত
চুমাতো আকোং যেন
লাগিছে মৰম বেছিকৈ
চিকুতি থাকোং যেন
মিচিকিয়াই হাহি থাকিবি
তোকে চাই থাকোং যেন
তোৰ বুকুতে শুবলৈ
কাষলৈ আহোং যেন


(' মৰম দি মৰমকন লৈয়ে যা
কলিজা লৈ কলিজা থৈয়ে যা
' কথা দে মই কথা দিলো তোক
' মইনা কইনা জনী হৈয়ে যা) ×
মিচাকৈ নকবি
সচাকৈ শুধিছো
জানিব সুধিছো
আৰু কিমানজনী আছে
বুকুৰে ভিতৰত
আছে তইয়ে জান
কলেও নামান
তোৰেনো নাম লিখা আছে
ঠাই বুকুতে নিদিবি
মোৰ বাদে আন কাৰোবাক
তই বাপেকি হলে মই
হম পুনাকেইটিৰে মাক


( ' মৰম দি মৰমকন লৈয়ে যা
কলিজা লৈ কলিজা থৈয়ে যা
' কথা দে মই কথা দিলো তোক
' মইনা কইনা জনী হৈয়ে যা ) ×


তোকে পাই জীৱনত
এচিকুত হাহিছো এচিকুত কান্দিছো
দুখতো সুখ অকন আছে
আছো তোৰে কাষত
ওৰে জীৱন থাকিম
সদায় লাগিম ভাগিম
তোৰ বাদে নো কোন আছে
ঠাই বুকুতে নিদিবি
মোৰ বাদে আন কাৰোবাক
তই বাপেকি হলে মই
হম পুনাকেইটিৰে মাক
' মৰম দি মৰমকন লৈয়ে যা
কলিজা লৈ কলিজা থৈয়ে যা
' কথা দে মই কথা দিলো তোক
' মইনা কইনা জনী হৈয়ে যা 
' মৰম দি মৰমকন লৈয়ে যা
কলিজা লৈ কলিজা থৈয়ে যা
' কথা দে মই কথা দিলো তোক
' মইনা কইনা জনী হৈয়ে যা

To Download This Pdf Lyrics CLICK HERE ---

https://drive.google.com/file/d/1LI1Z-7nrlG8dUwmIqlstvRmtuHbe3uKV/view?usp=sharing

Post a Comment

0 Comments